Online Money Prize Quiz Competition 2021 in Assam – EduStation Prize Money Quiz Competition

সু-খবৰ সকলোলৈ। কুইজ খেলি নিতৌ টকা ইনকাম কৰা উপায়। আজিৰ পৰাই আৰম্ভ কৰক।

Prize Money Online Quiz Competition 2021 in Assam - Edustation Prize Money Quiz Competition

অনলাইন কুইজ প্ৰতিযোগিতা ২০২১

🔴Edustation Online Money Quiz Contest🔴

🔹আপুনি আমাৰ *Edustation* App ৰ পৰা কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।
🔹আমাৰ App ত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ:

১. তলত দিয়া লিংকৰ পৰা বা *Playstore* ৰ পৰা আমাৰ App *Edustation* Install কৰক।

👇👇👇👇👇👇👇👇👇👇👇👇

https://play.google.com/store/apps/details?id=co.arya.Jhip

২. App ৰ Store Section ৰ পৰা *Quiz* Course টো Select কৰক।

৩. কুইজ Course টো 49 টকাৰ সলনি মাত্ৰ 39 টকাত Enroll কৰক *AGK20* Coupon Code ব্যৱহাৰ কৰি যাৰ দ্বাৰা আপুনি 31 দিনৰ বাবে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। 31 দিনৰ পাছত আপুনি Course টো Renew কৰিব লাগিব।

🔵নিয়মাৱলী

🔻 আমাৰ *Edustation* App ৰ store section ৰ ‘my course’ ত গৈ প্ৰতিদিনে পিছবেলা 7:00 টা বজাত কুইজত অৱতীৰ্ণ হ’ব পাৰিব। আপুনি সেই নিৰ্দিষ্ট দিনাৰ কুইজ 7:00-7:10 বজাত আৰম্ভ কৰিব পাৰিব আৰু 7:30 ত বা আৰম্ভ কৰাৰ পৰা 20 মিনিটত Automatically শেষ হ’ব।

🔻প্ৰতিদিনে অসমীয়া আৰু ইংৰাজী উভয় মাধ্যমতে মুঠ 20 টা প্ৰশ্ন থাকিব।

🔻প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 1 নম্বৰ যোগ আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে 0.25 নম্বৰ বিয়োগ কৰা হ’ব।

🔻মাত্ৰ 1 টা Attempt হে দিব পাৰিব।

🔻 Quiz ৰ বিষয় হৈছে অসম,ভাৰত আৰু বিশ্বৰ Current Affairs আৰু General Awareness .

🔻 যদি 2 জন বা তাতোকৈ অধিক প্ৰতিযোগীয়ে সমান নম্বৰ পায় তেন্তে যিগৰাকীয়ে কম সময়ত কৰি উলিয়াব তেওঁ ভাল স্থান পাব।

🔻 প্ৰতিটো প্ৰশ্নৰ বাবে 4 টা *Option* থাকিব।

Online Money

*ফলাফল আৰু পুৰস্কাৰ*

১. প্ৰতিদিনে 8 বজাত ফলাফল ঘোষণা কৰা হ’ব।

২. প্ৰতিদিনৰ পুৰস্কাৰ 100 টকা।
প্ৰথম : 50 টকা।
দ্বিতীয় : 30 টকা।
তৃতীয় : 20 টকা।
অর্থাৎ মাহত 3100 টকা।

Google Pay/Phone pe/Paytm ৰ দ্বাৰা নির্দিষ্ট পৰিমাণৰ মূল্য প্ৰেৰণ কৰা হ’ব।

৩. স্থান লাভ কৰিবলৈ কমেও 50% প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব লাগিব।

৪. *বিশেষ পুৰস্কাৰ*

কোনো প্ৰতিযোগীয়ে কোনো এটা মাহত 3 দিন আৰু 5 দিন জয়ী হ’বলৈ সক্ষম হ’লে তেওঁ ক্ৰমে *300 আৰু 500 টকা* মাহৰ শেষৰ দিনা পাবলৈ সক্ষম হ’ব।