Science and Geography Quiz in Assamese language – Geography and Science GK [Quiz] in Assamese language

Science GK in Assamese language – Science Quiz in Assamese language – Science MCQ in Assamese language – Geography GK in Assamese language – Geography Quiz in Assamese language – Geography GK Quiz in Assamese language – Assam Police Geography Quiz – Assam Police Science Quiz – Assam Police Science and Geography Quiz – Science Questions and Answers in Assamese language – Geography Questions and Answers in Assamese language
Science and Geography Quiz in Assamese language – সাধাৰণ বিজ্ঞান কুইজ – বিজ্ঞান কুইজ – বিজ্ঞান আৰু ভূগোল কুইজ
প্ৰশ্ন ১। আধুনিক কম্পিউটাৰৰ জনক কোন ?
উত্তৰ:- চাৰ্লছ বেবেজ।
প্ৰশ্ন ২। চিলাই মেচিন কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- ই. হাউৱে।
প্ৰশ্ন ৩। বৈদ্যুতিক মটৰ কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- নিক’লা টেলাছে।
প্ৰশ্ন ৪। পেৰাচুট ( Parachut) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- এফ ব্লানকাৰ্ড।
প্ৰশ্ন ৫। জেট ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- এফ হুইটল।
প্ৰশ্ন ৬। দুটাকৈ ন’বেল বঁটা লাভ কৰা প্ৰথম বিজ্ঞানী জন কোন আছিল? Science and Geography Quiz in Assamese language
উত্তৰ:- মেদাম কুৰী।
প্ৰশ্ন ৭। বৈদ্যুতিক বাব্ল কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- থমাছ এডিছন।
প্ৰশ্ন ৮। কোন গৰাকী ব্যক্তিক মানৱ কম্পিউটাৰ আখ্যা দিয়া হয়?
উত্তৰ:- ভাৰতৰ শকুন্তলা দেৱীক।
প্ৰশ্ন ৯। টাইপৰাইটাৰ (Typewriter) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- চি শ্ব’লছ।
প্ৰশ্ন ১০। বজ্ৰপাত পৰিবাহী কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- বেঞ্জামিন ফ্ৰেকলিন।
প্ৰশ্ন ১১। চাবমেৰিন কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- বুশ্বনেল।
প্ৰশ্ন ১২। “নিৰাপদ চাকি” কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- এইছ. ডেভি।
প্ৰশ্ন ১৩। চিনেমাস্কপ কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- চিৰকস্কি।
প্ৰশ্ন ১৪। কোনজন বিজ্ঞানীয়ে পোন প্ৰথমে পোহৰৰ বেগ নিৰ্ধাৰণ কৰিছিল?
উত্তৰ:- লুই-ফিজাউ।
প্ৰশ্ন ১৫। বেকেলাইট (Bakellite) কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- জে.এল. বেয়াৰ্ড।
• Assam Police Question Answer 2021
প্ৰশ্ন ১৬। সৌৰজগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি?
উত্তৰ:- বৃহস্পতি।
প্ৰশ্ন ১৭। পূৱৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহটোৰ নাম কি?
উত্তৰ:- ইউৰেনাছ।
প্ৰশ্ন ১৮। সূৰ্য্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?
উত্তৰ:- বুধ।
প্ৰশ্ন ১৯। পৃথিৱীৰ গতিবেগ কিমান?
উত্তৰ:- ছেকেণ্ডত ১৮৫ মাইল।
প্ৰশ্ন ২০। কোনটো গ্ৰহৰ উপগ্ৰহ নাই ?
উত্তৰ:- বুধ গ্ৰহৰ।
প্ৰশ্ন ২১। পানীৰ পৰা উদ্ভাৱ হোৱা বেমাৰবোৰ কি বাৰু?
উত্তৰ:- জণ্ডিছ আৰু টাইফয়েড।
প্ৰশ্ন ২২। উদ্ভিদ ৰোপনক কি বুলি কোৱা হয়?
উত্তৰ:- বনানিকৰণ।
প্ৰশ্ন ২৩। কোন ঠাইত ঝুম খেতিৰ ব্যাপকতা পৰিলক্ষিত হয়?
উত্তৰ:- উত্তৰ পূৰ্বাঞ্চলত।
প্ৰশ্ন ২৪। আমাৰ দেশত কিমান শতাংশ ভূমি অৰণ্যই অধিকাৰ কৰি আছে?
উত্তৰ:- ১৯ শতাংশ।
প্ৰশ্ন ২৫। পৰিষ্কাৰ বায়ুত প্ৰায় ৯৯% ত থকা গেছ দুবিধ কি কি?
উত্তৰ:- নাইট্ৰ’জেন আৰু অক্সিজেন।
প্ৰশ্ন ২৬। হেলীৰ ধুমকেতু শেহতীয়াকৈ কিমান চনত দেখা গৈছিল?
উত্তৰ:- ১৯৮৬ চনত।
প্ৰশ্ন ২৭। সূৰ্য্যৰ পৃষ্ঠৰ উষ্ণতা কিমান?
উত্তৰ:- ৬০০০° চেলচিয়াছ।
প্ৰশ্ন ২৮। সূৰ্য্যৰ ব্যাস কিমান?
উত্তৰ:- ৮ লাখ ৬৬ হাজাৰ মাইল।
প্ৰশ্ন ২৯। কোনটো গ্ৰহ ভূ-গ্ৰহ নহয়?
উত্তৰ:- বৃহস্পতি গ্ৰহ।
প্ৰশ্ন ৩০। কোনটো গ্ৰহ জভিয়ান গ্ৰহ নহয়?
উত্তৰ:- মংগল গ্ৰহ।
• Computer GK Quiz in Assamese language – Computer Quiz in Assamese language
• JOIN OUR TELEGRAM CHENNEL:- Click Here