Science and Geography Quiz in Assamese languageGeography and Science GK [Quiz] in Assamese language

Science and Geography Quiz in Assamese language

Science GK in Assamese languageScience Quiz in Assamese languageScience MCQ in Assamese languageGeography GK in Assamese languageGeography Quiz in Assamese languageGeography GK Quiz in Assamese languageAssam Police Geography QuizAssam Police Science QuizAssam Police Science and Geography QuizScience Questions and Answers in Assamese languageGeography Questions and Answers in Assamese language 

Science and Geography Quiz in Assamese language – সাধাৰণ বিজ্ঞান কুইজ – বিজ্ঞান কুইজ – বিজ্ঞান আৰু ভূগোল কুইজ

 

প্ৰশ্ন ১। আধুনিক কম্পিউটাৰৰ জনক কোন ?

উত্তৰ:- চাৰ্ল‌ছ বেবেজ।

প্ৰশ্ন ২। চিলাই মেচিন কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- ই. হাউৱে।

প্ৰশ্ন ৩। বৈদ্যুতিক মটৰ কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- নিক’লা টেলাছে।

প্ৰশ্ন ৪। পেৰাচুট ( Parachut) কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- এফ ব্লানকাৰ্ড।

প্ৰশ্ন ৫। জেট ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- এফ হুইটল।

প্ৰশ্ন ৬। দুটাকৈ ন’বেল বঁটা লাভ কৰা প্ৰথম বিজ্ঞানী জন কোন আছিল? Science and Geography Quiz in Assamese language

উত্তৰ:- মেদাম কুৰী।

প্ৰশ্ন ৭। বৈদ্যুতিক বাব্ল কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- থমাছ এডিছন।

প্ৰশ্ন ৮। কোন গৰাকী ব্যক্তিক মানৱ কম্পিউটাৰ আখ্যা দিয়া হয়?

উত্তৰ:- ভাৰতৰ শকুন্তলা দেৱীক।

প্ৰশ্ন ৯। টাইপৰাইটাৰ (Typewriter) কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- চি শ্ব’লছ।

প্ৰশ্ন ‌১০। বজ্ৰপাত পৰিবাহী কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- বেঞ্জামিন ফ্ৰেকলিন।

প্ৰশ্ন ১১। চাবমেৰিন কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- বুশ্বনেল।

প্ৰশ্ন ১২। “নিৰাপদ চাকি” কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- এইছ. ডেভি।

প্ৰশ্ন ১৩। চিনেমাস্কপ কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- চিৰকস্কি।

প্ৰশ্ন ১৪। কোনজন বিজ্ঞানীয়ে পোন প্ৰথমে পোহৰৰ বেগ নিৰ্ধাৰণ কৰিছিল?

উত্তৰ:- লুই-ফিজাউ।

প্ৰশ্ন ১৫। বেকেলাইট (Bakellite) কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- জে.এল. বেয়াৰ্ড।

• Assam Police Question Answer 2021 

প্ৰশ্ন ১৬। সৌৰজগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি?

উত্তৰ:- বৃহস্পতি।

প্ৰশ্ন ১৭। পূৱৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহটোৰ নাম কি?

উত্তৰ:- ইউৰেনাছ।

প্ৰশ্ন ১৮। সূৰ্য্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?

উত্তৰ:- বুধ।

প্ৰশ্ন ১৯। পৃথিৱীৰ গতিবেগ কিমান?

উত্তৰ:- ছেকেণ্ডত ১৮৫ মাইল।

প্ৰশ্ন ২০। কোনটো গ্ৰহৰ উপগ্ৰহ নাই ?

উত্তৰ:- বুধ গ্ৰহৰ।

প্ৰশ্ন ২১। পানীৰ পৰা‌ উদ্ভাৱ হোৱা বেমাৰবোৰ কি বাৰু?

উত্তৰ:- জণ্ডিছ আৰু টাইফয়েড।

প্ৰশ্ন ২২। উদ্ভিদ‌‌ ৰোপনক কি বুলি কোৱা হয়?

উত্তৰ:- বনানিকৰণ।

প্ৰশ্ন ২৩। কোন ঠাইত ঝুম খেতিৰ ব্যাপকতা পৰিলক্ষিত হয়?

উত্তৰ:- উত্তৰ পূৰ্বাঞ্চলত।

প্ৰশ্ন ২৪। আমাৰ দেশত কিমান শতাংশ ভূমি অৰণ্যই অধিকাৰ কৰি আছে?

উত্তৰ:- ১৯ শতাংশ।

প্ৰশ্ন ২৫। পৰিষ্কাৰ বায়ুত প্ৰায় ৯৯% ত থকা গেছ দুবিধ কি কি?

উত্তৰ:- নাইট্ৰ’জেন আৰু অক্সিজেন।

প্ৰশ্ন ২৬। হেলীৰ ধুমকেতু শেহতীয়াকৈ কিমান চনত দেখা গৈছিল?
উত্তৰ:- ১৯৮৬ চনত।

প্ৰশ্ন ২৭। সূৰ্য্যৰ পৃষ্ঠৰ উষ্ণতা কিমান?

উত্তৰ:- ৬০০০° চেলচিয়াছ।

প্ৰশ্ন ২৮। সূৰ্য্যৰ ব্যাস কিমান?

উত্তৰ:- ৮ লাখ ৬৬ হাজাৰ মাইল।

প্ৰশ্ন ২৯। কোনটো গ্ৰহ ভূ-গ্ৰহ নহয়?

উত্তৰ:- বৃহস্পতি গ্ৰহ।

প্ৰশ্ন ৩০। কোনটো গ্ৰহ জভিয়ান গ্ৰহ‌ নহয়?

উত্তৰ:- মংগল গ্ৰহ।

• Computer GK Quiz in Assamese language – Computer Quiz in Assamese language

JOIN OUR TELEGRAM CHENNEL:- Click Here