Today Current Affairs 2021 in Assamese language – Assamese Current Affairs 2021

Assamese Current Affairs – Current Affairs of Assam 2021 in Assamese language – Current Affairs of Assam MCQ – Current Affairs of Assam 2020 – Current Affairs of Assam in Assamese language – Assam Current Affairs 2020 to 2021 – Current Affairs of Assam 2020 to 2021 – Assam Current Affairs 2021 – Current Affairs of Assam August 2021 – Assam Police Current Affairs 2021 – Current Affairs of Assam 2021 PDF – Current Affairs of Assam Website – Assam Current Affairs 2021 MCQ – Today Current Affairs of Assam in Assamese language – Current Affairs 2021 in Assamese language – Assam GK Current Affairs in Assamese language – Current Affairs MCQ in Assamese language
Today Current Affairs 2021 in Assamese language
প্ৰশ্ন ১। আফগানিস্তানৰ পৰা লোকসকলক স্থানান্তৰ কৰাৰ অভিযানৰ নাম ভাৰতে কি ৰাখিছিল?
ক) অপাৰেচন দেৱী শক্তি
খ) অপাৰেচন সেনা শক্তি
গ) অপাৰেচন শিৱ শক্তি
ঘ) অপাৰেচন লক্ষ্য শক্তি
উত্তৰ:- খ) অপাৰেচন দেৱী শক্তি – আমাৰ দেশ ভাৰতে ইয়াৰ নাগৰিকসকলক আফগানিস্তানৰ পৰা স্থানান্তৰ কৰাৰ অভিযানক ‘অপাৰেচন দেৱী শক্তি’ বুলি নামাকৰণ কৰিছে।
প্ৰশ্ন ২। শেহতীয়াকৈ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কোন খন আঁচনি মুকলি কৰিছে?
ক) আলাত পেঞ্চন যোজনা
খ) ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ পাইপলাইন
গ) বন্দনা যোজনা
ঘ) ৰাষ্ট্ৰীয় শিক্ষা যোজনা
উত্তৰ:- খ) ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ পাইপলাইন – নতুন দিল্লীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰা ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ পাইপলাইন (NMP) আঁচনিৰ অধীনত ২০২১-২২ আৰু ২০২৪-২৫ বৰ্ষৰ ভিতৰত ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ পাইপলাইনৰ দ্বাৰা ৬,০০,০০০ কোটি টকাৰ সম্পত্তি মুদ্ৰাকৰণ কৰিছে।
প্ৰশ্ন ৩। অষ্ট্ৰেলিয়ান সাঁতোৰ দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাক নিযুক্ত প্ৰদান কৰিছে?
ক) জাচকো ভেৰিন
খ) লিগা নুগেংট
গ) ডিন বক্সাল
ঘ) ৰোহন টেইলৰ
উত্তৰ:- ঘ) ৰোহন টেইলৰ – ৰোহন টেইলৰক টকিঅ’ অলিম্পিক 2020 ত অভিলেখ ভংগ কৰা প্ৰদৰ্শনৰ পিছত অষ্ট্ৰেলিয়াৰ সাঁতোৰ দলৰ মুখ্য প্ৰশিক্ষক হিচাপে পুনৰ নিযুক্তি দিয়া হৈছিল।
প্ৰশ্ন ৪। অনুৰ্ধ-১৯ ৰ কোন ভাৰতীয় খেলুৱৈক প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট হিচাপে মনোনীত কৰা হৈছিল?
ক) ৰবি বিষ্ণোই
খ) মায়াংক ৰাৱট
গ) শৱত ৰাৱট
ঘ) কাৰ্তিক ত্যাগী
উত্তৰ:- খ) মায়াংক ৰাৱট – নিৰ্বাণ ক্ৰীড়া ক্লাব গুৰুগ্ৰাত খেলা এম আৰ কাংগা মেম’ৰিয়েল ক্ৰিকেট টুৰ্ণামেণ্টৰ অন্তিম খন খেলত এচিচি একাদ্বশক চাৰি উইকেটত পৰাস্ত কৰাত সহায় কৰে আৰু মায়াংক ৰাৱাটক প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট হিচাপে মনোনীত কৰা হয়।
প্ৰশ্ন ৫। ভাৰত চৰকাৰে অনুমোদন জনোৱা কোনটো পৰীক্ষাগাৰ নীতি আয়োগে হেপ্পী হোম স্কুলৰ ৪৭ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে স্থাপন কৰিছিল?
ক) ভাৰতীয় শিক্ষা
খ) সেনা বাহিনী
গ) শিক্ষিত নৌসেনা
ঘ) অটল টিঙ্কাৰিং
উত্তৰ:- ঘ) অটল টিঙ্কাৰিং – এই পৰীক্ষাগাৰ স্থাপনৰ সৈতে, বিদ্যালয় আৰু ক্ষেত্ৰৰ আন শিক্ষাৰ্থীসকলে শেহতীয়া বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ কৰি বৈজ্ঞানিক গৱেষণাৰ দিশত আগবাঢ়িবলৈ সক্ষম হ’ব।
প্ৰশ্ন ৬. কলগেট-পামোলিভে ভাৰতত এনে ধৰণৰ কোনটো টুথপেষ্ট মুকলি কৰিছে?
ক) প্ৰথম ৰিচাইকেল
খ) দ্বিতীয় ৰিচাইকেল
গ) তৃতীয় ৰিচাইকেল
ঘ) চৰ্তুথ ৰিচাইকেল।
উত্তৰ:- ক) প্ৰথম ৰিচাইকেল – কলগেট-পামোলিভে ভাৰতত ইয়াৰ প্ৰথম প্ৰকাৰৰ ৰিচাইকেল টুথপেষ্ট মুকলি কৰিছে।
প্ৰশ্ন ৭। উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায়ত কিমানজন ব্যক্তিয়ে বিনামূলীয়া গেছ সংযোগ লাভ কৰিব?
ক) ২ লাখ
খ) ৫ লাখ
গ) ১০ লাখ
ঘ) ২০ লাখ
উত্তৰ:- ঘ) ২০ লাখ – প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ ২০ লাখ মহিলাই ৰাজ্যখনত উজ্জ্বলা ২.০ মুকলি কৰিব।
প্ৰশ্ন ৮:- ইউএছ অপেনৰ যোগ্যতা অৰ্জনত কিমানজন ভাৰতীয় টেনিছ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব?
ক) ৩ জন
খ) ৪ জন
গ) ১০ জন
ঘ) ১২ জন
উত্তৰ:- খ) ৪ জন – আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউএছটিএ বিলি জিন কিং নেচনেল টেনিছ চেণ্টাৰত আৰম্ভ হ’বলগীয়া ইউএছ (US) অপেনৰ একক ৬৪ তম কোৱালিফাইং ৰাউণ্ডত এগৰাকী মহিলা খেলুৱৈকে ধৰি ৪ গৰাকী ভাৰতীয় টেনিছ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।
• Assamese Current Affairs 2021 – 24 August, 2021
• Assam Police Important Question / Assam Police Question Answers 2021
• JOIN OUR TELEGRAM CHANNEL:- Click Here
1 নম্বৰ প্ৰশ্ন উত্তৰ টো ঠিক কৰি লিখি দিয়ক, উত্তৰ মাৰ্ক (খ ) দি (ক) নম্বৰ উত্তৰ টো লিখা আছে ।